বাতৰি দিওঁতাবাতৰিকাকত

বাতৰি যোগনিয়াৰ (Assamese) [ Roman: ba.to.ri jo`.go.ni.yar]
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2010-03-11
1. (Common Noun-Common) One who collects and gives account of events for a newspaper, radio or television. বাতৰিকাকত, ৰেডিঅ’, দূৰদৰ্শন আদিৰ বাবে সাম্প্ৰতিক ঘটনাৰাজীৰ তথ্য সংগ্ৰহ আৰু পৰিৱেশন কৰোঁতা ৷